থ্ৰি ইডিয়টক বুকুত কঢ়িওৱা বহুলোকেই নাজানে ৱাংড়ুৰ অনশনৰ কাহিনী? কিয় ২১ দিন ধৰি এটুপি পানীও খোৱা নাই চনম ৱাংচুকে?
অসম লাইভ২৪ঃ এখন যোগাত্মক চিনেমা। চিনেমাখনৰ লেখত ল’বলগীয়া চৰিত্ৰ ৰণছোড়দাস চাঞ্চোৰৰ চৰিত্ৰই আপোনাক মোক দিছিল বিশেষ বাৰ্তা। গল্পৰ চলেৰে দিছিল...