অগপ-বিজেপিৰ সমষ্টিক লৈ অব্যাহত টনা-আঁজোৰা। অগপক লাগে ৪০টা সমষ্টি, বিজেপিক লাগে অগপৰ দখলত থকা বহু সমষ্টি। অগপ-বিজেপিৰ মুকলি যুদ্ধ সমাগত।