ভয়ত কপনি জ্বৰ উঠাতহে পাকিস্তানে মুক্তি দিছিল উইং কামাণ্ডাৰ অভিনন্দন বর্ধমানক। পাকিস্তানী সাংসদে সদনৰ মজিয়াত স্বীকাৰ কৰিছে এই কথা।