অসমে হেৰুৱাব এখন গাঁও! ৰাজ্য চৰকাৰৰ অমনোযোগিতাত পশ্চিমবংগৰ গ্ৰাসত ধুবুৰীৰ এখন গাঁও। উন্নয়নৰ পোহৰ নপৰা গাঁওবাসীয়েও এৰিলে গাঁওখন।