CAAক লৈ স্থিতিত অটল প্ৰস্তুতি পৰাশৰ। ধৰ্ম বিভাজনৰ ৰাজনীতি নিবিচাৰে প্ৰস্তুতিয়ে। অখিল গগৈ সন্দৰ্ভত কি ক’লে অভিনেত্ৰীগৰাকীয়ে? CAA আন্দোলনৰ ৰাজনীতি হ’ব লাগেনে? ‘অসম লাইভ ২৪’ৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ প্ৰস্তুতি পৰাশৰৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ