ঘোষণাতে আৱদ্ধ হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ২০ লাখ কোটি টকাৰ পেকেজ। পদপথৰ ব্যৱসায়ীয়ে নাপালে ১০ হাজাৰকৈ টকা। এয়াই হৈছে ‘সবকা সাথ, সবকা বিকাশ’।