আঞ্চলিকতাবাদ কি শিৰোমণি আকালি দলৰ পৰা শিকক অগপই। ৩ কৃষি বিধেয়কৰ বিৰোধিতাৰে NDA ত্যাগ পঞ্জাৱৰ আঞ্চলিক দলটোৰ। ন্যস্ত স্বাৰ্থ সিদ্ধিত ব্যস্ত অগপৰ ৩ মন্ত্ৰীৰ লাজ লগা নাইনে?