• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ইউনিফৰ্ম গাত থাকক বা নাথাকক এজন সেনা সদায়ে অন ডিউটিত থাকে! লাইভ লোকেশ্ব্যন পঠিয়াই প্ৰথমে দুৰ্ঘটনাৰ খবৰ জনাইছিল এজন সেনা জোৱানে, উদ্ধাৰ কৰিছিল বহু যাত্ৰীক

ইউনিফৰ্ম গাত থাকক বা নাথাকক এজন সেনা সদায়ে অন ডিউটিত থাকে! লাইভ লোকেশ্ব্যন পঠিয়াই প্ৰথমে দুৰ্ঘটনাৰ খবৰ জনাইছিল এজন সেনা জোৱানে, উদ্ধাৰ কৰিছিল বহু যাত্ৰীক

4 months ago
লক্ষ্মী পূৰ্ণিমা আৰু চন্দ্ৰগ্ৰহণ একেদিনাই, এইবাৰ লক্ষ্মী পূজা কেনেকৈ কৰিব?

লক্ষ্মী পূৰ্ণিমা আৰু চন্দ্ৰগ্ৰহণ একেদিনাই, এইবাৰ লক্ষ্মী পূজা কেনেকৈ কৰিব?

10 hours ago
কৰ’না ভেকছিন তৈয়াৰত বিশেষ অৱদানৰ বাবে এই বৰ্ষৰ চিকিৎসাৰ নোবেল কেটলিনা আৰু ওইছমেনলৈ

কৰ’না ভেকছিন তৈয়াৰত বিশেষ অৱদানৰ বাবে এই বৰ্ষৰ চিকিৎসাৰ নোবেল কেটলিনা আৰু ওইছমেনলৈ

13 hours ago
২০২৫ পৰ্যন্ত ৰাজসুখ ৩ ৰাশিৰ ভাগ্যত, শনিৰ কৃপা থাকিব এই তিনি ৰাশিৰ ওপৰত

২০২৫ পৰ্যন্ত ৰাজসুখ ৩ ৰাশিৰ ভাগ্যত, শনিৰ কৃপা থাকিব এই তিনি ৰাশিৰ ওপৰত

13 hours ago
তিথি নাজানিলে কেতিয়াকৈ পূৰ্বপুৰুষৰ শ্ৰাদ্ধ কৰিব? পিতৃতৰ্পণত মানি চলক এইকেইটা নিয়ম

তিথি নাজানিলে কেতিয়াকৈ পূৰ্বপুৰুষৰ শ্ৰাদ্ধ কৰিব? পিতৃতৰ্পণত মানি চলক এইকেইটা নিয়ম

15 hours ago
১৫৪ সংখ্যক ওপজা দিনত চৰ্চাঃ মহাত্মা গান্ধীয়ে প্ৰধানমন্ত্ৰী হিচাপে জৱাহৰলাল নেহৰুক কিয় বিচাৰিছিল?

১৫৪ সংখ্যক ওপজা দিনত চৰ্চাঃ মহাত্মা গান্ধীয়ে প্ৰধানমন্ত্ৰী হিচাপে জৱাহৰলাল নেহৰুক কিয় বিচাৰিছিল?

16 hours ago
দেশ স্বাধীন কৰাত তেওঁৰ ভূমিকা অপৰিহীম! স্বাধীনতাৰ উৎসৱ দেশবাসীয়ে উদযাপন কৰাৰ সময়ত গান্ধীজীয়ে নিজকে কিয় গৃহবন্দী কৰিছিল? গান্ধী জয়ন্তীত মহাত্মা গান্ধীৰ অজানা কথা

দেশ স্বাধীন কৰাত তেওঁৰ ভূমিকা অপৰিহীম! স্বাধীনতাৰ উৎসৱ দেশবাসীয়ে উদযাপন কৰাৰ সময়ত গান্ধীজীয়ে নিজকে কিয় গৃহবন্দী কৰিছিল? গান্ধী জয়ন্তীত মহাত্মা গান্ধীৰ অজানা কথা

17 hours ago
এলিয়েন বিচাৰি এনেই অভিযান চলোৱা নাই বিজ্ঞানীয়ে! বিজ্ঞানীয়ে ব্ৰহ্মাণ্ডত পাইছে বিশেষ ক্লু, চিলিৰ পৰা কেনেকৈ বিজ্ঞানীয়ে চাব অন্যান্য নক্ষত্ৰক প্ৰদক্ষিণ কৰা গ্ৰহ?

এলিয়েন বিচাৰি এনেই অভিযান চলোৱা নাই বিজ্ঞানীয়ে! বিজ্ঞানীয়ে ব্ৰহ্মাণ্ডত পাইছে বিশেষ ক্লু, চিলিৰ পৰা কেনেকৈ বিজ্ঞানীয়ে চাব অন্যান্য নক্ষত্ৰক প্ৰদক্ষিণ কৰা গ্ৰহ?

1 day ago
সোমবাৰে ২ শুভ যোগত ভাগ্য খুলিব এই ৫ ৰাশিৰ, কোনকেইটা ৰাশিৰ জাতকৰ ভাগ্য উদয় হ’ব

সোমবাৰে ২ শুভ যোগত ভাগ্য খুলিব এই ৫ ৰাশিৰ, কোনকেইটা ৰাশিৰ জাতকৰ ভাগ্য উদয় হ’ব

2 days ago
ভাৰতে চন্দ্ৰৰ দক্ষিণ মেৰুত অভিযান চলোৱা নাই, দক্ষিণ গোলাৰ্ধ আৰু দক্ষিণ মেৰুৰ মাজত পাৰ্থক্য আছে! এই দাবীৰ সত্যাসত্য কি?

ভাৰতে চন্দ্ৰৰ দক্ষিণ মেৰুত অভিযান চলোৱা নাই, দক্ষিণ গোলাৰ্ধ আৰু দক্ষিণ মেৰুৰ মাজত পাৰ্থক্য আছে! এই দাবীৰ সত্যাসত্য কি?

2 days ago
সত্যম শিৱম সুন্দৰম, প্ৰকৃত হিন্দু কোন? বুজাই ক’লে ৰাহুল গান্ধীয়ে

সত্যম শিৱম সুন্দৰম, প্ৰকৃত হিন্দু কোন? বুজাই ক’লে ৰাহুল গান্ধীয়ে

2 days ago
আৰম্ভ গৃহলক্ষ্মী যোগ! এইবাৰৰ দীপাৱলীত হাতলৈ অনাকাংশিত ধন আহিব ৩ৰাশিৰ

আৰম্ভ গৃহলক্ষ্মী যোগ! এইবাৰৰ দীপাৱলীত হাতলৈ অনাকাংশিত ধন আহিব ৩ৰাশিৰ

2 days ago
এটা মন্তব্যতেই মনোমালিন্য! দুই ভাতৃৰ কাজিয়াতেই দুভাগ হৈছিল এখন চহৰ, জন্ম লৈছিল দুটা বিখ্যাত সংস্থাৰ, কি এই বিখ্যাত দুই সংস্থা

এটা মন্তব্যতেই মনোমালিন্য! দুই ভাতৃৰ কাজিয়াতেই দুভাগ হৈছিল এখন চহৰ, জন্ম লৈছিল দুটা বিখ্যাত সংস্থাৰ, কি এই বিখ্যাত দুই সংস্থা

3 days ago
  • About
  • Advertise
  • Careers
Tuesday, October 3, 2023
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ইউনিফৰ্ম গাত থাকক বা নাথাকক এজন সেনা সদায়ে অন ডিউটিত থাকে! লাইভ লোকেশ্ব্যন পঠিয়াই প্ৰথমে দুৰ্ঘটনাৰ খবৰ জনাইছিল এজন সেনা জোৱানে, উদ্ধাৰ কৰিছিল বহু যাত্ৰীক

editor by editor
June 4, 2023
in বিবিধ, ভাৰত
0
ইউনিফৰ্ম গাত থাকক বা নাথাকক এজন সেনা সদায়ে অন ডিউটিত থাকে! লাইভ লোকেশ্ব্যন পঠিয়াই প্ৰথমে দুৰ্ঘটনাৰ খবৰ জনাইছিল এজন সেনা জোৱানে, উদ্ধাৰ কৰিছিল বহু যাত্ৰীক
0
SHARES
3.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ হঠাতেই এটা ঝাটকা অনুভৱ কৰিছিল ভেংকটেশে। তাৰপাছতেই ভেংকটশৰ চকুৰ সন্মুখতেই এজনৰ গাত এজন যাত্ৰী বাগৰি পৰিছিল। তেতিয়ালৈ ডবাটোৰ ভিতৰৰ প্ৰায়সমূহ লাইট নুমাই গৈছিল। ভেংকটশে অনুমান কৰিছিল ডাঙৰ কিবা এটা ঘটনাই হৈছে। এক মুহূৰ্তও দেৰী নকৰি ভেংকটশে কলকাতাৰ নিজৰ উৰ্দ্ধতন কৰ্তৃপক্ষক ফোন কৰি জনাইছিল যে তেওঁ যাত্ৰা কৰি থকা ট্ৰেইনখন দুৰ্ঘটনাত পতিত হৈছে। ভেংকটশ, সম্পূৰ্ণ নাম ভেঙ্কটেশ এন কে এগৰাকী এনডিআৰএফৰ জোৱান। পশ্চিমবংগত তেওঁ কৰ্মৰত। এনডিআৰএফৰ ছেকেণ্ড বেটেলিয়ান হিচাপে কৰ্মৰত ভেঙ্কটেশ।

পশ্চিমবংগত কৰ্মৰত হ’লেও ভেঙ্কটেশৰ ঘৰ তামিলনাডুত। ছুটি লৈ ভেঙ্কটেশে কৰমণ্ডল এক্সপ্ৰেছত ঘৰলৈ গৈ আছিল। ভেঙ্কটেশ আছিল থ্ৰি টায়াৰ এছি কোছত। তেওঁৰ ছিট নম্বৰ আছিল ৫৮। ওড়িশাৰ বালাছোৰৰ বাহানগা ষ্টেচনৰ ওচৰত যেতিয়া হঠাতেই এই দুৰ্ঘটনা সংঘটিত হয়, দুৰ্ঘটনাৰ লগে লগেই এনডিআৰএফৰ কণ্ট্ৰল ৰুমত প্ৰথমে খবৰ দিছিল ভেঙ্কটেশে। সংবাদ সংস্থা পিটিআইক এই খবৰ জনাইছে এনডিআৰএফৰ উৰ্দ্ধতন কৰ্তৃপক্ষই।

খবৰ পঠিয়াইয়ে শান্ত নাথাকি ভেঙ্কটেশে তেওঁৰ সহযাত্ৰীক উদ্ধাৰ কৰিবলৈকো চেষ্টা কৰিছিল। মোবাইলৰ টৰ্চ জ্বলাই তেওঁৰ আশে পাশে থকা বহুকেইগৰাকী আহত যাত্ৰীক ডবাৰ পৰা ওলিয়াই আনে ভেঙ্কটেশে। উদ্ধাৰ কৰা আহত যাত্ৰীকেইগৰাকীক এখন দোকানত বহুৱাই পুনৰ মোবাইল টৰ্ছ জ্বলাই আন যাত্ৰীক উদ্ধাৰৰ বাবে দৌৰিছিল ভেঙ্কটেশে। ভেঙ্কটেশে সংবাদ সংস্থা পিটিআইক ফোনযোগে দিয়া সাক্ষাৎকাৰত কয় ‘ডবাৰ পৰা যাত্ৰীসকলক উদ্ধাৰৰ বাবে মই পাৰ্যমানে চেষ্টা কৰিছিলো।
ডবাৰ ভিতৰত তেতিয়া ঘন আন্ধাৰ। মোবাইলৰ টৰ্ছ জ্বলাই যাত্ৰীসকলক উদ্ধাৰৰ চেষ্টা কৰিছিলো। তেতিয়ালৈ সেই স্থানত স্থানীয় বাসিন্দাসকলো উপস্থিত হৈছিলহি।
তেওঁলোকেও উদ্ধাৰকাৰ্যত সহায় কৰিছিল। তেতিয়ালৈ উদ্ধাৰকাৰী দল আহি পাইছিল। উদ্ধাৰকাৰী দল আহি পোৱালৈ আমি প্ৰাথমিকভাৱে উদ্ধাৰ কাৰ্য আৰম্ভ কৰিয়েই দিছিলো।’

ভেঙ্কটেশে লগতে কয়, ‘এই সংকটময় মুহূৰ্তত স্থানীয় লোকসকলে দেৱদূতৰ দৰে হাজিৰ হৈছিল। যিয়ে যেনেকৈ পাৰে সহায় কৰিবলৈ আৰম্ভ কৰিছিল। তেওঁলোকেই প্ৰকৃত ত্ৰাণকৰ্তা। ঘটনাস্থলীত উদ্ধাৰকাৰী দল আহি পাইছিল ঘটনাৰ এঘণ্টা পাছত।’

ভেঙ্কটেশৰ এই কাৰ্যৰ শলাগ লৈ তেওঁৰ উৰ্দ্ধতন কৰ্তৃপক্ষই কয়, ‘ইউনিফৰ্ম গাত থাকক বা নাথাকক, এজন এনডিআৰএফ জোৱানে সকলো সময়তে অন ডিউটিত থাকে।’ শুকুৰবাৰে সন্ধিয়া ৭ বজাত বালাছোৰৰ ষ্টেচনৰ কাষতেই কৰমণ্ডল এক্সপ্ৰেছ দুৰ্ঘটনাত পতিত হৈছিল। ২১ টা ডবা এই দুৰ্ঘটনাত লাইনচ্যুত হৈছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

লক্ষ্মী পূৰ্ণিমা আৰু চন্দ্ৰগ্ৰহণ একেদিনাই, এইবাৰ লক্ষ্মী পূজা কেনেকৈ কৰিব?
জীৱনশৈলী

লক্ষ্মী পূৰ্ণিমা আৰু চন্দ্ৰগ্ৰহণ একেদিনাই, এইবাৰ লক্ষ্মী পূজা কেনেকৈ কৰিব?

October 2, 2023
কৰ’না ভেকছিন তৈয়াৰত বিশেষ অৱদানৰ বাবে এই বৰ্ষৰ চিকিৎসাৰ নোবেল কেটলিনা আৰু ওইছমেনলৈ
বিজ্ঞান

কৰ’না ভেকছিন তৈয়াৰত বিশেষ অৱদানৰ বাবে এই বৰ্ষৰ চিকিৎসাৰ নোবেল কেটলিনা আৰু ওইছমেনলৈ

October 2, 2023
২০২৫ পৰ্যন্ত ৰাজসুখ ৩ ৰাশিৰ ভাগ্যত, শনিৰ কৃপা থাকিব এই তিনি ৰাশিৰ ওপৰত
জীৱনশৈলী

২০২৫ পৰ্যন্ত ৰাজসুখ ৩ ৰাশিৰ ভাগ্যত, শনিৰ কৃপা থাকিব এই তিনি ৰাশিৰ ওপৰত

October 2, 2023
তিথি নাজানিলে কেতিয়াকৈ পূৰ্বপুৰুষৰ শ্ৰাদ্ধ কৰিব? পিতৃতৰ্পণত মানি চলক এইকেইটা নিয়ম
জীৱনশৈলী

তিথি নাজানিলে কেতিয়াকৈ পূৰ্বপুৰুষৰ শ্ৰাদ্ধ কৰিব? পিতৃতৰ্পণত মানি চলক এইকেইটা নিয়ম

October 2, 2023
Next Post
৩০ ছেকেণ্ডতেই কমিব হাইপাৰটেনছন! সুস্থ থকাৰ টিপছ দিছে মালাইকা আৰোৰাই

৩০ ছেকেণ্ডতেই কমিব হাইপাৰটেনছন! সুস্থ থকাৰ টিপছ দিছে মালাইকা আৰোৰাই

মৃত্যু আহে কেতিয়া কোনে জানো জানে! নাজানে কোনোৱে, নাজানে একোকে… ফুলশয্যাৰ নিশাই দৰা-কইনাৰ হাৰ্ট এটেক

মৃত্যু আহে কেতিয়া কোনে জানো জানে! নাজানে কোনোৱে, নাজানে একোকে... ফুলশয্যাৰ নিশাই দৰা-কইনাৰ হাৰ্ট এটেক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন
  • লাইভ টিভি

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.