• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এচিড আক্ৰমণ-ধর্ষণৰ ভাবুকি স্বস্তিকা মুখাপাধ‍্যায়ক

এচিড আক্ৰমণ-ধর্ষণৰ ভাবুকি স্বস্তিকা মুখাপাধ‍্যায়ক

5 years ago
মোস্কো বিমান বন্দৰত ড্ৰোণ আক্ৰমণ, অপাৰেচন সিন্দূৰৰ তথ্য দিবলৈ যোৱা ভাৰতীয় সাংদস দল কোনোমতে ৰক্ষা

মোস্কো বিমান বন্দৰত ড্ৰোণ আক্ৰমণ, অপাৰেচন সিন্দূৰৰ তথ্য দিবলৈ যোৱা ভাৰতীয় সাংদস দল কোনোমতে ৰক্ষা

17 hours ago
আজি অপাৰ একাদশীত জিলিকিব ৩ ৰাশিৰ ভাগ্য, চন্দ্ৰৰ বুধ নক্ষত্ৰত ট্ৰেনজিট

আজি অপাৰ একাদশীত জিলিকিব ৩ ৰাশিৰ ভাগ্য, চন্দ্ৰৰ বুধ নক্ষত্ৰত ট্ৰেনজিট

23 hours ago
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ষ্টাৰ অল ৰাউণ্ডাৰ হেলীৰ, ১১ বছৰীয়া কেৰিয়াৰত বিৰতি

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ষ্টাৰ অল ৰাউণ্ডাৰ হেলীৰ, ১১ বছৰীয়া কেৰিয়াৰত বিৰতি

24 hours ago
বাংলাদেশত ৰাজনৈতিক অশান্তি, পদত্যাগ কৰিব মহম্মদ ইউনুছে

বাংলাদেশত ৰাজনৈতিক অশান্তি, পদত্যাগ কৰিব মহম্মদ ইউনুছে

24 hours ago
পুনৰ দ্বিতীয় বাৰৰ বাবে ল’ব লাগিব নেকি কৰ’ণা ভেকচিন, চীন-ছিংগাপুৰৰ পাছত ভাৰতত বৃদ্ধি পাব ধৰিছে সংক্ৰমণ

পুনৰ দ্বিতীয় বাৰৰ বাবে ল’ব লাগিব নেকি কৰ’ণা ভেকচিন, চীন-ছিংগাপুৰৰ পাছত ভাৰতত বৃদ্ধি পাব ধৰিছে সংক্ৰমণ

1 day ago
ভাৰত-ইংলেণ্ডৰ খেলত ভাৰতীয় দলত বৈভৱৰ নাম, ইংলেণ্ডলৈ যাব ১৪ বছৰীয়া বৈভৱ

ভাৰত-ইংলেণ্ডৰ খেলত ভাৰতীয় দলত বৈভৱৰ নাম, ইংলেণ্ডলৈ যাব ১৪ বছৰীয়া বৈভৱ

2 days ago
শুক্ৰ-মংগলৰ নৱপঞ্চম যোগ, আজি দুপৰীয়াৰে পৰা ৫ ৰাশিৰ আৰম্ভ গোল্ডেন টাইম

শুক্ৰ-মংগলৰ নৱপঞ্চম যোগ, আজি দুপৰীয়াৰে পৰা ৫ ৰাশিৰ আৰম্ভ গোল্ডেন টাইম

2 days ago
বিগ বিৰ বিদায়! ছলমান খান হ’ব নেকি KBCৰ পৰৱৰ্তী ঘোষক

বিগ বিৰ বিদায়! ছলমান খান হ’ব নেকি KBCৰ পৰৱৰ্তী ঘোষক

2 days ago
৬.১ ৰিখটাৰ স্কেলৰ তীব্ৰ ভূঁইকঁপ, এতিয়া ছুনামীৰ আশংকা

৬.১ ৰিখটাৰ স্কেলৰ তীব্ৰ ভূঁইকঁপ, এতিয়া ছুনামীৰ আশংকা

2 days ago
আই পি এলৰ ১৮ বছৰীয়া ইতিহাসত লজ্জাজনক ৰেকৰ্ড দিল্লীৰ নামত

আই পি এলৰ ১৮ বছৰীয়া ইতিহাসত লজ্জাজনক ৰেকৰ্ড দিল্লীৰ নামত

2 days ago
অদিতিৰ পাছত এইবাৰ বনাৰসী শাৰী, সেন্দূৰেৰে কাঁন মহোৎসৱত জিলিকিল ঐশ্বৰ্য

অদিতিৰ পাছত এইবাৰ বনাৰসী শাৰী, সেন্দূৰেৰে কাঁন মহোৎসৱত জিলিকিল ঐশ্বৰ্য

2 days ago
বহুত কষ্টত ৰোহিত, আই পি এলৰ পাছতে হ’ব অপাৰেচন

বহুত কষ্টত ৰোহিত, আই পি এলৰ পাছতে হ’ব অপাৰেচন

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, May 24, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

এচিড আক্ৰমণ-ধর্ষণৰ ভাবুকি স্বস্তিকা মুখাপাধ‍্যায়ক

আটক দুই যুৱক

editor by editor
July 18, 2020 - Updated on July 19, 2020
in চিনেমা, বিনোদন, ভাৰত
0
এচিড আক্ৰমণ-ধর্ষণৰ ভাবুকি স্বস্তিকা মুখাপাধ‍্যায়ক
0
SHARES
48
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ বলীউডত এতিয়া ধর্ষণ-হত‍্যাৰ ভাবুকি৷ আলিয়া ভাট, ৰিয়া চক্ৰৱর্তীৰ পাছত পশ্চিমবংগৰ অভিনেত্ৰী স্বস্তিকা মুখাপাধ‍্যায়ক এচিড আক্ৰমণ-ধর্ষণৰ ভাবুকি৷ বিগত ২৬ জুনত এটা সংবাদ মাধ‍্যমে স্বস্তিকাৰ মন্তব‍্যৰ ভুল ব‍্যাখ‍্যা কৰি বাতৰি প্ৰচাৰ কৰিছিল যে স্বস্তিকাই কৈছে ‘আত্মহত‍্যা আজিকালি এটা ফেশ্বন’৷ কিন্তু প্ৰকৃততে স্বস্তিকাই তেনেধৰণৰ কোনো মন্তব‍্য কৰা নাছিল বুলি দাবী কৰিছে৷ ইয়াৰ পাছতে ছ’চিয়েল মিডিয়াত ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ স্বস্তিকাক বহুতেই অশ্ৰাব‍্য গালি-গালাজ পাৰিছিল৷ ইয়াৰ মাজতেই কোনো দুর্বৃত্তই স্বস্তিকাক এচিড আক্ৰমণ-ধর্ষণৰ ভাবুকি দিছিল৷ স্বস্তিকাই কলকাতাৰ চাইবাৰ ক্ৰাইমত দুর্বৃত্তৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে৷ সেই অভিযোগৰ ভিত্তিত বর্ধমানৰ পৰা আৰক্ষীয়ে শুভম চক্ৰৱর্তী নামৰ এজন যুৱকক আটক কৰিছে৷ ইয়াৰ উপৰিও হুগলিৰ পৰা কৌশিক দাস নামৰ আন এজন যুৱকক আটক কৰিছে আৰক্ষীয়ে৷ ধৃত দুয়োয়ে আৰক্ষীৰ জেৰাত অপৰাধৰ কথা স্বীকাৰ কৰিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24Bollywoodswastika mukhopadhyay
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মোস্কো বিমান বন্দৰত ড্ৰোণ আক্ৰমণ, অপাৰেচন সিন্দূৰৰ তথ্য দিবলৈ যোৱা ভাৰতীয় সাংদস দল কোনোমতে ৰক্ষা
বিবিধ

মোস্কো বিমান বন্দৰত ড্ৰোণ আক্ৰমণ, অপাৰেচন সিন্দূৰৰ তথ্য দিবলৈ যোৱা ভাৰতীয় সাংদস দল কোনোমতে ৰক্ষা

May 23, 2025
আজি অপাৰ একাদশীত জিলিকিব ৩ ৰাশিৰ ভাগ্য, চন্দ্ৰৰ বুধ নক্ষত্ৰত ট্ৰেনজিট
জীৱনশৈলী

আজি অপাৰ একাদশীত জিলিকিব ৩ ৰাশিৰ ভাগ্য, চন্দ্ৰৰ বুধ নক্ষত্ৰত ট্ৰেনজিট

May 23, 2025
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ষ্টাৰ অল ৰাউণ্ডাৰ হেলীৰ, ১১ বছৰীয়া কেৰিয়াৰত বিৰতি
ক্ৰীড়া

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ষ্টাৰ অল ৰাউণ্ডাৰ হেলীৰ, ১১ বছৰীয়া কেৰিয়াৰত বিৰতি

May 23, 2025
বাংলাদেশত ৰাজনৈতিক অশান্তি, পদত্যাগ কৰিব মহম্মদ ইউনুছে
বিবিধ

বাংলাদেশত ৰাজনৈতিক অশান্তি, পদত্যাগ কৰিব মহম্মদ ইউনুছে

May 23, 2025
Next Post
asom-live-24

গাখীৰৰ পৰা ক'ৰোনা হব পাৰে নেকি?

ৰাইজৰ কাষত আঞ্চলিক গণ মৰ্চা

ৰাইজৰ কাষত আঞ্চলিক গণ মৰ্চা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.