আপোনাৰ ছালখন ওলমি পৰিছে নেকি? তেনেহ’লে ঘৰতে Skin Tightening কৰি এই সমস্যাৰ পৰা হাত সাৰিব পাৰে।
প্ৰথমে আপুনি মুখখন ধুই লওক। তাৰ পাছত দৈ এচামুচৰ লগত আধা চামুচ নেমুৰ ৰস মিহলাই এটা Smooth পেষ্ট বনাই লওক। আপুনি দৈৰ পেকটোৰে দুই-তিনি মিনিট মাছাজ কৰি ৫-১০ মিনিত শুকান নোহোৱালৈ লগাই ৰাখক। আপোনাৰ ছালখন নিমজ হ’ব। ঘৰতে কৰক এনেবোৰ সৰু সৰু টিপছ। দৈয়ে আপোনাৰ ছালৰ বন্ধ Poorsবোৰ খুলি দিয়ে। যদি আপোনাৰ Skin Dry হয়, তেতিয়াহ’লে Avoid কৰিব দৈ। অকল দৈ লগালে আপোনাৰ ছালখন Tight হৈ থাকিব। ইয়াৰ পাছত পানীৰে ধুই দিয়ক। সপ্তাহত দুই-তিনিবাৰ কৰিলে ৰিজাল্ট পাব আপুনি। ৩০ৰ উর্ধ বয়সৰ লোকে কৰিলে ভাল ফল পাব পাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ