ৰামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অগপৰ ডাঃ কমলা কলিতাৰ সভা। সূতা দিম বুলি হেনো মহিলাক প্ৰৱঞ্চনা। কমলাৰ বিৰুদ্ধে গৰ্জনমুখৰ বিভিন্ন দলৰ নেতা।