কলাক্ষেত্ৰৰ পৰা নৱগ্ৰহলৈ তৰুণ গগৈৰ অন্তিম যাত্ৰা। পুষ্পকবাহনেৰে কেনেদৰে হৈছিল এই যাত্ৰা? পৰিয়ালসহ হিমন্ত বিশ্ব, ৰিপুন বৰা আদিয়ে জনালে শেষ শ্ৰদ্ধা।