কাগজকল বিক্ৰীৰ বাবে নিবিদা আহ্বান কৰিবলৈ সাজু চৰকাৰ। নির্বাচনৰ পূর্বে কাগজকল বিক্ৰীৰ নিবিদা প্ৰক্ৰিয়া লেহেমীয়া কৰাৰ চেষ্টা অসম চৰকাৰ। ৰাজনীতিৰ কুটিল পাকত ৰাজ্যৰ দুটা কাগজকল।