কৃষক বিদ্ৰোহত আজিও উত্তাল দেশ। ৩ কৃষি আইন বাতিলৰ দাবীত কৃষক সংগঠনসমূহৰ ভাৰত বন্ধৰ আহ্বান ৮ ডিচেম্বৰত। বিভিন্ন দল-সংগঠনৰ সমৰ্থন। বিৰোধী দলসমূহৰো সমৰ্থন কৃষক আন্দোলনলৈ।