এইবাৰ ব্যক্তিগত খণ্ডলৈ দেশৰ ১৬০খন চিৰিয়াখানা। কোনে ল'ব অসমৰ একমাত্ৰ ৰাজ্যিক চিৰিয়াখানা? কেন্দ্ৰীয় বনমন্ত্ৰীপ্ৰকাশ জাৱড়েকাৰে চলাইছে পূৰ্ণ প্ৰস্তুতি।