মহনগৰীৰ খাৰঘুলীত পাহাৰ কাটি তহিলং ৰাহুল চেট্টীৰ। এপাৰ্টমেণ্ট নিৰ্মাণৰ বাবে পাহাৰত মাটি কাটি অংগুষ্ঠ প্ৰদৰ্শন প্ৰশাসনৰ নীতি-নিৰ্দেশনাক।