চিনেমা হললৈ নামি আহিল দুৰ্যোগ। বন্ধৰ দিশে ৰাজ্যৰ একাংশ চিনেমা হল। মহামাৰী ক’ৰোনাই দুৰ্যোগ নমাই আনিলে এইসমূহ চিনেমা হললৈ।