ছাত্ৰ সমাজৰ বুকুত বিদ্ৰোহৰ অগনি । তাৰ পাছতেই মহাসংগ্ৰামৰ শংখনাদ। নেতা বহু গ’ল, নেতা বহু হ’ল ‘জাতিৰ নায়ক’ সৃষ্টি হ’ল, খলনায়কো চিহ্নিত হ’ল। ৰাজ্যসভাত caa গৃহীত হোৱাৰ আজি এবছৰ।