সোণোৱাল-হিমন্ত নহয়, জাতি-মাটি-ভেটি ৰক্ষাৰ বাবে গৰজি উঠিল সাংসদ অজিত কুমাৰ ভূঞা। বঢ়মপুৰৰ বামুণী আমডাঙ্গাত বিক্ষোভ কাৰ্যসূচীত অগ্নিশৰ্মা ৰূপত সাংসদ ভূঞা।