৬ ডিচেম্বৰ, ১৯৯২ৰ বাবৰি মছজিদ ধ্বংসৰ গোচৰ। ৩৩ অভিযুক্তৰ ভিতৰত আছে বিজেপিৰ কেইবাগৰাকী শীৰ্ষ নেতা। জে’ল যাত্ৰা হ’ব নেকি বিজেপি নেতা মুৰুলি মনোহৰ যোশী, লালকৃষ্ণ আদৱানি, উমা ভাৰতীৰ? নে দোষমুক্ত হ’ব?
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ