অসম লাইভ ২৪ঃ টেনিছ তাৰকা ছানিয়া মির্জাৰ নতুন অৱতাৰ। ডিজিটেল প্লেটফর্মত দেখিবলৈ পোৱা যাব টেনিছ তাৰকাগৰাকীক নতুন ৰূপত। ৫টা এপিছিয়ডৰ ৱেব ছিৰিজত টেনিছ তাৰকা ছানিয়া মির্জা। ‘এমটিভি নিষেধ এল’ন টুগেডাৰ’ৰ ৱেব ছিৰিজত আত্মপ্ৰকাশ কৰিব ছানিয়াই। নৱেম্বৰৰ শেষ সপ্তাহত মুক্তি পাব ছানিয়া মির্জা অভিনিত ৱেব ছিৰিজখন। ছানিয়া মির্জাই জনাইছে এই ৱেব ছিৰিজখনৰ উদ্দেশ্য হ’ল টেলিভিচনৰ প্ৰতি সজাগতা অনা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















