ঢাক বাজিছে, ঢোল বাজিছে। গৌতম ৰয়ৰ নাচো নাচো লাগিছে। নিৰ্বাচনলৈ টঙালি বান্ধিলে বৰাকৰ গৌতম বাবুয়ে। কোন সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ’ব গৌতম ৰয় ?