অপৰাধীৰ ৰম্যভূমিত পৰিণত তিনিচুকীয়া। তিনিচুকীয়াত পুনৰ সক্ৰিয় খাৰুৱা তেল চুৰি চক্ৰ। মাকুম অঞ্চলৰ তৈলখাদ তেল চোৰৰ মূল টার্গেট। টেংকাৰ জব্দ হয়, চোৰহে ধৰা নপৰে, কিয়?