কলিয়াবৰবাসীৰ বাবে ভাল খবৰ। দৰিদ্ৰ পৰিয়াললৈ বিশেষ সুবিধা বন্ধন বেংকৰ। কলিয়াবৰত প্ৰায় ৬০ শতাংশ দৰিদ্ৰ পৰিয়াললৈ বন্ধন বেংকৰ সুবিধা।