ৰাজ্যত অব্যাহত গৰুৰ ছিণ্ডিকেট। ধুবুৰীত পুনৰ সক্ৰিয় গৰুৰ ছিণ্ডিকেট চক্ৰ। ছিণ্ডিকেট চক্ৰৰ ন ন কৌশল অৱলম্বন। আৰক্ষী-লোকচক্ষুৰ পৰা সাৰিবলৈ ট্ৰাকেৰে নহয়, অধিকাংশ পথ গৰু সৰৱৰাহ হয় ৰাজপথেৰে খোজকঢ়াই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ