ধৰ্ষিতাৰ পৰিয়ালৰ খবৰ লবলৈ যোৱা ৰাহুল গান্ধীৰ দোষ কংগ্ৰেছী হোৱাটোৱেই নেকি? উত্তৰপ্ৰদেশৰ যোগী চৰকাৰে আদবাটতেই বাধা দি গ্ৰেপ্তাৰ কৰিছিল কংগ্ৰেছ নেতা ৰাহুল গান্ধীক। ইয়াৰ পাছতে চৰকাৰক প্ৰশ্ন নেতাগৰাকীৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ