সংসদ ভৱনৰ সন্মুখত নগাঁও, কাছাৰ কাগজ কল পুনৰুজ্জীৱিতকৰণৰ দাবী ৭ বিৰোধী সাংসদৰ। ৬নং দফা সমিতিৰ প্ৰতিবেদন সন্দৰ্ভত কেন্দ্ৰ তথা ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা।