বাঘজানত নিহত অভিযন্তা অৰ্ণৱৰ মৃত্যুক লৈ ৰহস্য। কিয় অৰ্ণৱৰ ফোন হস্তান্তৰ কৰা নাই পৰিয়ালক? অইললৈ পিতৃৰ আৰু বহু প্ৰশ্ন। ডিগবৈ নৈ, দিহিং পাটকাইলৈ এইবাৰ অইলৰ ভাবুকি।