অসম লাইভ২৪ঃ
কামপুৰত নৱনিৰ্মিত দলঙ খহি পৰি আহত তিনিগৰাকীকৈ বনুৱা৷
সংকটজনক অৱস্থাত তিনিওজনকে চিকিৎসালয়লৈ প্ৰেৰণ৷
দলঙৰ তলত আৰু বনুৱা থকাৰ সন্দেহ৷
নিম্ন মানৰ সামগ্ৰীৰে দলং নিৰ্মানৰ সন্দেহ ৰাইজৰ৷
দলং নিৰ্মাণৰ ঠিকাদাৰৰ সকলো কৰ্মচাৰী পলায়ন৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ