নুনমাটিৰ লাষ্টগেটত উত্তেজনাময় পৰিস্থিতি। NF ৰে'লৱেৰ ৰে'লচালক অভিজিত আনন্দক হত্যা কৰি হাবিৰ মাজত পেলাই থ'লে দুস্কৃতিকাৰীয়ে।