নেহা কক্কৰৰ পৰা নেহা কক্কৰ সিং হ’ল। শুকুলা ঘোঁৰাত উঠি ৰোহনে বিয়া পাতিলে নেহাক। ৱিডিং ৰিচেপচনত ৫৫ লাখ টকীয়া পোছাক পৰিধান উৰ্বশী ৰৌতেলাৰ।