ধিঙৰ পথাৰত ভয়ংকৰ দৃশ্য। নিশাটোৰ ভিতৰত বিলাহী পকাবলৈ প্ৰয়োগ বিষাক্ত ৰাসায়নিক দ্ৰব্য। কবি-মূলা-গাজৰ-বেঙেনা সকলোতে বিষাক্ত দ্ৰব্যৰ পয়োভৰ। কাল মাতিছে গ্ৰাহকৰ। যোগান বিভাগ, কৃষি বিভাগৰ নিৰ্লিপ্ত ভূমিকা উদ্বেগজনক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ