অসম লাইভ ২৪ঃ পাকিস্তানৰ উপদ্ৰৱ প্ৰতিহত কৰিবলৈ এইবাৰ LOCত থিয় হৈছে সশস্ত্ৰ মহিলা সেনাৰ দল৷ পোন প্ৰথমবাৰৰ বাবে পাকিস্তান সীমান্তত নিয়োগ কৰিছে মহিলা সেনাৰ দল৷ কেপ্টেইন গুৰসিমৰণ কৌৰৰ নেতৃত্বত সীমান্তত সতৰ্ক দৃষ্টি ৰাখিছে ৩০ গৰাকী মহিলা জোৱানে৷ আছাম ৰাইফলছৰ এই মহিলা সেনাৰ দলটোক নিয়োগ কৰিছে উত্তৰ কাশ্মীৰৰ তংধাৰ ছেক্টৰত৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ