অসম লাইভ২৪ঃ
৩১ মাৰ্চৰ দিনটো ‘ছাত্ৰ দিৱস’ হিচাপে পালন কৰিব চৰকাৰে
এই দিনটো হৈছে ছাত্ৰনেতা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ জন্মদিন
সকলো শিক্ষানুষ্ঠানত উদযাপন হ’ব ছাত্ৰ দিৱস
এই অনুষ্ঠানতে বিতৰণ কৰা হ’ব ৫২ হাজাৰ মোবাইল টেবলেট
২৬,২২৫ গৰাকী সংখ্যালঘু ছাত্ৰীক জলপানিও প্ৰদান কৰিব চৰকাৰে
৩.৫০ লাখ শিক্ষাৰ্থীয়ে কিতাপ-বহী ক্ৰয়ৰ বাবে পাব ১,৪৫০ টকা
১৬,৭৬৩ শিক্ষাৰ্থীয়ে হোষ্টেল ব্যয়ৰ বাবে পাব ৭১৫৮ টকাকৈ
৭,৭২৩ ছাত্ৰীলৈ শিক্ষানুষ্ঠানলৈ অহা-যোৱাৰ বাবে ১০,০০০ টকাকৈ
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ