• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিদায় ক্ৰিকেট! জীৱনত সফলতাৰ সমান্তৰালকৈ আঘাত পোৱাৰো কথা কৈ ক্ৰিকেটৰ পৰা বিদায় লোৱাৰ কথা ঘোষণা কৰিলে ক্ৰিকেটাৰ মনোজ তিৱাৰীয়ে

3 years ago
মাহত সৰ্বোচ্চ লাভ কৰিব পাৰে প্ৰায় ১.৭৬ লাখ পেঞ্চন, অষ্টম দৰমহা কমিছনত কিমান বাঢ়িব পেঞ্চন?

3 hours ago
শিৱৰাত্ৰিত মঙ্গল, বুধ, চন্দ্ৰৰ বিশেষ গোচৰ, ভাগ্য সলনি হ’ব এই ৩ৰাশিৰ

স্থান সলনি কৰিব কেতুৱে, ব্যাপক অৰ্থলাভ কৰিব এই ৪ৰাশিৰ জাতকে, লিষ্টত আছেনে আপুনি?

4 hours ago
ইচ্ছাৰ বিৰুদ্ধে সন্তানধাৰণ কৰিবলৈ বাধ্য কৰাব নোৱাৰিব! ৩০ সপ্তাহৰ অন্তঃসত্ত্বাক গৰ্ভপাত কৰোৱাৰ অনুমতি ছুপ্ৰিম কৰ্টৰ

6 hours ago
আজিয়েই সেইদিন! শতভিষাত প্ৰৱেশ বুধৰ, ৩ৰাশিয়ে সুফল পাব, দূৰ হ’ব সকলো অভাৱ

7 hours ago
প্লেটলেট কাউণ্ট ঠিকে ৰাখিবলৈ কেৱল ঔষধেই যথেষ্ট নহয়, আৰু কি কি নিয়ম মানি চলাটো প্ৰয়োজন?

8 hours ago
আগন্তুক সপ্তাহত সূৰ্যৰ গোচৰ, শুক্ৰাদিত্য ৰাজযোগ, চকুত লগা উন্নতি এই ৫ৰাশিৰ

৬ফেব্ৰুৱাৰীত ধনিষ্ঠা নক্ষত্ৰত প্ৰৱেশ সূৰ্যৰ, সাফল্যৰ পোহৰেৰে উজলি উঠিব ৪ৰাশি

1 day ago
১৯ বছৰৰ পাছত মহাশিৱৰাত্ৰিত লক্ষ্মী নাৰায়ণ ৰাজযোগ, মহাদেৱৰ কৃপা থাকিব এই ৫ৰাশিত

টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

2 days ago
সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

  • About
  • Advertise
  • Careers
  • English Edition
Saturday, February 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

বিদায় ক্ৰিকেট! জীৱনত সফলতাৰ সমান্তৰালকৈ আঘাত পোৱাৰো কথা কৈ ক্ৰিকেটৰ পৰা বিদায় লোৱাৰ কথা ঘোষণা কৰিলে ক্ৰিকেটাৰ মনোজ তিৱাৰীয়ে

editor by editor
August 3, 2023
in ক্ৰীড়া, ভাৰত
0
বিদায় ক্ৰিকেট! জীৱনত সফলতাৰ সমান্তৰালকৈ আঘাত পোৱাৰো কথা কৈ ক্ৰিকেটৰ পৰা বিদায় লোৱাৰ কথা ঘোষণা কৰিলে ক্ৰিকেটাৰ মনোজ তিৱাৰীয়ে
0
SHARES
312
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ মহেন্দ্ৰ সিং ধোনীয়ে তেতিয়া ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়কৰ দায়িত্বত আছিল৷ সেই সময়তেই ভাৰতীয় ক্ৰিকেট দললৈ আহিছিল উদীয়মান এজন ক্ৰিকেটাৰ, নাম মনোজ তীৱাৰী৷ মনোজ তিৱাৰীয়ে ২০২৩ চনৰ ২ জুলাইত ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে৷ ৩৭ বছৰ বয়সত ক্ৰিকেটৰ পৰা অৱসৰ লৈছে মনোজ তিৱাৰীয়ে৷ বৃহস্পতিবাৰে সামাজিকমাধ্যমত বিশেষ পোষ্ট কৰি অৱসৰৰ কথা ঘোষণা কৰিছে মনোজ তিৱাৰীয়ে৷

৩ ফেব্ৰুৱাৰী ২০০৮ চনত ভাৰতৰ জাতীয় দলৰ জাৰ্চী পিন্ধি ৱান ডে’ মেচত অভিষেক ঘটিছিল মনোজ তিৱাৰীৰ৷ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ব্ৰিছবেনত খেলিছিল মনোজে৷ ভাৰতৰ হৈ ১২খন ৱান ডে মেচত ২৮৭ ৰান কৰিছে তেওঁ৷ এটা চেঞ্চুৰী আৰু এটা হাফ চেঞ্চুৰীও কৰিছে মনোজে৷ দেশৰ হৈ তিনিখন টি-২০ মেচ খেলিছে মনোজ তিৱাৰীয়ে৷ ৱান ডেত তেওঁ ৫টা উইকেটো ল’বলৈ সক্ষম হৈছিল৷ খেলত ভাল ফলাফল দেখুৱাইয়ো কৰোবাত কিন্তু তেওঁ পৰিত্যক্ত হৈয়েই ৰৈছিল৷

ক্ৰিকেটাৰ মনোজ তিৱাৰীয়ে কি লিখিছে সামাজিক মাধ্যমত?
নিজা প্ৰফাইলত মনোজ তিৱাৰীয়ে লিখিছে, ‘বিদায় ক্ৰিকেট৷ এই খেলে মোক সকলোখিনি দিছে৷ মই জীৱনত সফলতাৰ সমান্তৰালকৈ আঘাতো পাইছো৷ এই খেল আৰু ঈশ্বৰৰ ওচৰত মই সদায়ে কৃতজ্ঞ৷ দুয়োটাই সকলোসময়তে মোৰ কাষত আছে৷ এই সময়ত মই সমূহ জনতাক আন্তৰিক ধন্যবাদ জনাইছো৷ আন্তৰিক কৃতজ্ঞতাও জনাইছো৷ তেওঁলোকৰ বাবেই মই ক্ৰিকেটৰ যাত্ৰাত সফলতা পাইছো৷ মোৰ শৈশৱৰ পৰা আৰম্ভ কৰি বৰ্তমানলৈকে লগ পোৱা সকলো কোচকো আন্তৰিক ধন্যবাদ জনাইছো৷ মোৰ ক্ৰিকেটৰ কেৰিয়াৰত তেওঁলোকৰ ভূমিকা অপৰিহীম৷ এইসকলৰ ভিতৰত মানৱেন্দ্ৰ ঘোষ, যি মোৰ ক্ৰিকেটৰ যাত্ৰাত পিতৃৰ দৰে৷ তেওঁ নাথাকিলে মই ক্ৰিকেটৰ বৃত্তত সোমাবই নোৱাৰিলোহেতেন৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

স্থান সলনি কৰিব কেতুৱে, ব্যাপক অৰ্থলাভ কৰিব এই ৪ৰাশিৰ জাতকে, লিষ্টত আছেনে আপুনি?
জীৱনশৈলী

February 7, 2026
১৯ বছৰৰ পাছত মহাশিৱৰাত্ৰিত লক্ষ্মী নাৰায়ণ ৰাজযোগ, মহাদেৱৰ কৃপা থাকিব এই ৫ৰাশিত
জীৱনশৈলী

১৯ বছৰৰ পাছত মহাশিৱৰাত্ৰিত লক্ষ্মী নাৰায়ণ ৰাজযোগ, মহাদেৱৰ কৃপা থাকিব এই ৫ৰাশিত

February 6, 2026
টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?
জীৱনশৈলী

টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?

February 6, 2026
নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন
জীৱনশৈলী

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

February 5, 2026
Next Post
চিন্তা বাঢ়িল চীনৰ! ভাৰতত খুলিল টেছলাৰ কাৰ্যালয়, কাৰ্যালয়ৰ ভাড়া মাহত ১১ লাখতকৈয়ো বেছি

কেদাৰনাথত আকৌ প্ৰলয়! যাত্ৰাপথত পাহাৰ খহি সন্ধানহীন ১০-১২ গৰাকী তীৰ্থযাত্ৰী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন