অসম লাইভ২৪ঃ বহু প্ৰত্যশিত বিয়াখন অৱশেষত সম্পন্ন হ’ল।
কে এল ৰাহুল আৰু আথিয়াৰ মাজত আছিল বহুদিনৰ পৰা প্ৰেমৰ সম্পৰ্ক।
বলীউডৰ তাৰকা সুনীল শ্বেট্টীয়ে মুকলিকৈ একো নক’লেও কন্যাৰ সম্পৰ্কৰ বিষয়ে পূৰ্বেই দিছিল এই ইংগিত।
ক্ৰিকেটাৰ কে এল ৰাহুলৰ সৈতে বিবাহৰ পাছতেই মুকলি কৰিছে ফটো
সুনীল ছেট্টীকো দেখা গৈছে পৰম্পৰাগত সাজপোছাকত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ