‘… বৰাক-ব্ৰহ্মপুত্ৰ’ৰ ‘মতা মাছ’ খাই পতা ‘শৰাইঘাটৰ ৰণ’ত ‘হু ইজ বদৰুদ্দিন’। ‘শৰাইঘাটৰ ৰণ’ পাতিলে হিমন্ত বিশ্ব শর্মাই। উফৰি গ’ল গগৈৰ ‘হু ইজ বদৰুদ্দিন’। ‘পাহাৰ-ভৈয়াম, বৰাক-ব্ৰহ্মপুত্ৰ’ত চলিবনে ‘জৰা-ফুকা’! নির্বাচনৰ বতৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ