অসম লাইভ২৪ঃ
গোলাঘাটত মহামান্য দিব্যজোতি মহন্তৰ বিশেষ আদালতে দোষমুক্ত ঘোষণা কৰিলে বৰ্ষাশ্ৰী বুঢ়াগোহাঁইক।
বিদ্ৰোহী কবিতা সামাজিক মাধ্যমত পোষ্ট কৰাৰ বাবেই দুমাহৰো অধিক সময় কাৰাগাৰত আছে মেধাৱী ছাত্ৰী বৰ্ষাশ্ৰী।
UAPA গোচৰত গোলাঘাটৰ উৰিয়ামঘাটৰ বান্ধৱীৰ ঘৰৰ পৰা বৰ্ষাশ্ৰীক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে।
২০২২ চনৰ ১৮ মেত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল বৰ্ষাশ্ৰী বুঢ়াগোঁহাইক।
DCB কলেজৰ বিজ্ঞান শাখাৰ দ্বিতীয় ষাম্নাষিকৰ ছাত্ৰী বৰ্ষাশ্ৰী বুঢ়াগোহাঁই
বৃহস্পতিবাৰে গোচৰটোৰ পৰা মুক্ত হ’ল যোৰহাট DCB কলেজৰ বিজ্ঞান শাখাৰ দ্বিতীয় ষাম্নাষিকৰ ছাত্ৰী বৰ্ষাশ্ৰী বুঢ়াগোহাঁই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ