ৰাজ্যৰ ৩ ঠিকাদাৰ-ব্যৱসায়ীৰ বিৰুদ্ধে আয়কৰৰ অভিযান। ভাগ্য কলিতা, যুগল কিশোৰ মহন্ত, অনুপম শৰ্মাৰ বাসগৃহত অভিযান। nhiৰ ঠিকা সন্দৰ্ভত বিত্তীয় খেলিমেলি, কৰফাঁকিৰ অভিযোগ।