অক্ষয় চান্দ বৈদ SI নিযুক্তি কেলেংকাৰিত সাঙোৰ খোৱাত সকলোৰে সন্দেহৰ আঙুলি মন্ত্ৰী ফণীভূষণ চৌধুৰীলৈ। ফণীভূষণ চৌধুৰী দৰাচলতে কোন? মুখা খুলিলে চৌধুৰীৰ একালৰ সোঁহাতস্বৰূপ প্ৰভাত বৈষ্ণৱে।