মহাজোঁটৰ মুখ্যমন্ত্ৰী কোন? আঞ্চলিক গণ মৰ্চাৰ নেতৃত্বই কাৰ নাম ক’লে? সাংসদ অজিত ভূঞাক সহস্ৰাধিক জনতাই পথে পথে আদৰিলে। বাইক ৰেলী, গায়ন-বায়ন, পুষ্পবৃষ্টিৰে নিলে আগবঢ়ায়।