মুখ্যমন্ত্ৰী মহোদয়, পাৰিলে জুৱা খেলক বৈধতা প্ৰদান কৰক! পলাশবাৰীৰ জুৱা খেল ভুল নাছিল, ভুল সাংবাদিকৰহে! কাৰণ জুৱা খেল মহাভাৰতৰ দিনৰ সমাজ ব্যৱস্থাত বৈধ আছিল। আপুনি ‘ধাৰ্মিক ব্যক্তি’ বাবেই মহাভাৰতৰ প্ৰসংগ টানিছো।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ