জ্বলি আছে মৰিয়নি। মৰিয়নিৰ দিচৈভেলীত নগাৰ আগ্ৰাসন। অসম ভূমিত নিৰ্মীয়মাণ নগাৰ আৰক্ষী চকী। দৃশ্য গ্ৰহণত বাধা প্ৰদান সাংবাদিকক। ছাত্ৰ সংগঠনটোকো বাধা প্ৰদান প্ৰৱেশত।