যোগী আদিত্যনাথৰ ৰাজ্যত পুনৰ অমানৱীয় ঘটনা। ছেনিটাইজাৰ ঢালি জ্বলাই দিলে সাংবাদিকক। দুর্নীতিৰ বিৰুদ্ধে বাতৰি প্ৰচাৰ কৰাই কাল হ’ল সাংবাদিক ৰাকেশ সিং নির্ভীকৰ।