লকডাউনৰ বাবেই পংগুত্বৰ জীৱন কটাবলগীয়া হৈছে নলবাৰীৰ এজন যুৱকে। ৯ মাহে ছটফটাই আছে বিছনাত। crpfৰ লাঠীৰ কোবৰ বাবে স্নায়ু ৰোগত আক্ৰান্ত হয় যুৱকজন। অসহায় মুনিন্দ্ৰই বিচাৰিলে সহায়ৰ হাত।