অসমত প্ৰধানমন্ত্ৰী মোদীয়ে ভাষণ আৰম্ভ কৰে অসমীয়াৰে। মুখ্যমন্ত্ৰী সোণোৱালে এবাৰ হ’লেও ‘জয় আই অসম’ কয়। কিন্তু লক্ষ্য কৰিছে নে? ‘জয় আই অসম’ নকয় মন্ত্ৰী হিমন্তই।