শাৰদীয় বতৰত গুৱাহাটী পাণবজাৰস্থিত ‘ভোজ ৰেস্তোৰাঁ’ত আৰম্ভ ফুড ফেষ্টিভেল। নানাৰঙী খাদ্য-সম্ভাৰেৰে ভৰপূৰ ফুড ফেষ্টিভেল ২০২০। বিভিন্ন ব্যঞ্জনৰ সোৱাদ ল’বলৈ আহক ‘ভোজ ৰেস্তোৰাঁ’লৈ।