• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শীতকালত শৰীৰ গৰম কৰি ৰাখিবলৈ কি কৰিব, কি খাব?

শীতকালত শৰীৰ গৰম কৰি ৰাখিবলৈ কি কৰিব, কি খাব?

1 month ago
কোন জিলাত নতুনকৈ কিমান স্বামী আটক? আহি গ’ল নতুন তালিকা…

কোন জিলাত নতুনকৈ কিমান স্বামী আটক? আহি গ’ল নতুন তালিকা…

11 hours ago
‘ইমানদিনে চৰকাৰ ক’ত শুই আছিল?’ বাল্য বিবাহ বিৰোধী অভিযানক লৈ ৰিপুণ বৰাৰ ক্ষোভ

‘ইমানদিনে চৰকাৰ ক’ত শুই আছিল?’ বাল্য বিবাহ বিৰোধী অভিযানক লৈ ৰিপুণ বৰাৰ ক্ষোভ

12 hours ago
নিৰ্মলা সীতাৰমণৰ ৰেল বাজেটৰ চাৰিগুণৰো অধিক হ’ব ক্ষতিৰ পৰিমান! ১০ দিনত আদানীয়ে হেৰুৱাইছে ৯লাখ ৭৩ হাজাৰ ৪০১ কোটি টকা

নিৰ্মলা সীতাৰমণৰ ৰেল বাজেটৰ চাৰিগুণৰো অধিক হ’ব ক্ষতিৰ পৰিমান! ১০ দিনত আদানীয়ে হেৰুৱাইছে ৯লাখ ৭৩ হাজাৰ ৪০১ কোটি টকা

15 hours ago
বলীউডত প্ৰকৃত ভালপোৱা বিৰল, সিদ্ধাৰ্থ-কিয়াৰাৰ লাভ ষ্টৰীত মুগ্ধ কংগনা ৰানাৱট

বলীউডত প্ৰকৃত ভালপোৱা বিৰল, সিদ্ধাৰ্থ-কিয়াৰাৰ লাভ ষ্টৰীত মুগ্ধ কংগনা ৰানাৱট

16 hours ago
মণিপুৰত ছানি লিয়নীৰ অনুষ্ঠানস্থলীৰ নিচেই কাষতেই বোমা বিস্ফোৰণ

মণিপুৰত ছানি লিয়নীৰ অনুষ্ঠানস্থলীৰ নিচেই কাষতেই বোমা বিস্ফোৰণ

17 hours ago
অব্যাহত বাল্যবিবাহ বিৰোধী অভিযান! পিতৃ-মাতৃক গ্ৰেপ্তাৰ কৰাৰ আশংকাতেই চৰম সিদ্ধান্ত এগৰাকী বোৱাৰীৰ…

অব্যাহত বাল্যবিবাহ বিৰোধী অভিযান! পিতৃ-মাতৃক গ্ৰেপ্তাৰ কৰাৰ আশংকাতেই চৰম সিদ্ধান্ত এগৰাকী বোৱাৰীৰ…

17 hours ago
কোনো যদি ৭ মহীয়া অন্তসত্বা, কাৰোবাৰ কোলাত আকৌ ১মহীয়া কেচুৱা…চৰকাৰৰ পদক্ষেপে নমাই আনিছে নেকি বহুতৰে জীৱনলৈ অমানিশা

কোনো যদি ৭ মহীয়া অন্তসত্বা, কাৰোবাৰ কোলাত আকৌ ১মহীয়া কেচুৱা…চৰকাৰৰ পদক্ষেপে নমাই আনিছে নেকি বহুতৰে জীৱনলৈ অমানিশা

2 days ago
খোল খালে সেই অধ্যায়! ১৯ বছৰীয়া গোপন চিঠিত কাৰ কথা কৈ গৈছে কবি নীলমণি ফুকনে? সবিশেষ…

খোল খালে সেই অধ্যায়! ১৯ বছৰীয়া গোপন চিঠিত কাৰ কথা কৈ গৈছে কবি নীলমণি ফুকনে? সবিশেষ…

2 days ago
মুখ্যমন্ত্ৰীৰ সংবাদমেল LIVE আপডেট…

মুখ্যমন্ত্ৰীৰ সংবাদমেল LIVE আপডেট…

3 days ago
মই জীয়াই থাকিবলৈ এতিয়া বহু টকাৰ প্ৰয়োজন, সন্মুখত ডাক্তৰ, অস্ত্ৰোপছাৰ… দীপক শৰ্মাই হাস্পতালৰ বিচনাৰ পৰাই ৰাজ্যবাসীক জনাইছে বিশেষ অনুৰোধ

মই জীয়াই থাকিবলৈ এতিয়া বহু টকাৰ প্ৰয়োজন, সন্মুখত ডাক্তৰ, অস্ত্ৰোপছাৰ… দীপক শৰ্মাই হাস্পতালৰ বিচনাৰ পৰাই ৰাজ্যবাসীক জনাইছে বিশেষ অনুৰোধ

3 days ago
দালালৰ পাছত অবৈধ বিবাহ! কাইলৈৰ পৰা হাজাৰ হাজাৰ স্বামী অতিথি হ’ব ৰঙাঘৰৰ, মুকলি বিশেষ নম্বৰো…

দালালৰ পাছত অবৈধ বিবাহ! কাইলৈৰ পৰা হাজাৰ হাজাৰ স্বামী অতিথি হ’ব ৰঙাঘৰৰ, মুকলি বিশেষ নম্বৰো…

3 days ago
এজনৰ পাছত আনজন সাহিত্যিকৰ ক্ষোভ! অসম সাহিত্য সভাৰ সংবিধান সংশোধন হওক…

এজনৰ পাছত আনজন সাহিত্যিকৰ ক্ষোভ! অসম সাহিত্য সভাৰ সংবিধান সংশোধন হওক…

3 days ago
  • About
  • Advertise
  • Careers
Sunday, February 5, 2023
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

শীতকালত শৰীৰ গৰম কৰি ৰাখিবলৈ কি কৰিব, কি খাব?

editor by editor
December 31, 2022
in অসম, খাদ্য, বিশ্ব, ভাৰত
0
শীতকালত শৰীৰ গৰম কৰি ৰাখিবলৈ কি কৰিব, কি খাব?
0
SHARES
7.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ শীতৰ প্ৰকোপ বাঢ়িছে৷ বহু ঠাইত তুষাৰপাতৰ বাবে মাইনাছলৈ নামিছে উষ্ণতা৷ ঠাণ্ডাৰ দিনত বদহজমৰ সমস্যা বৃহৎ সমস্যা বহুতৰেই বাবে৷ ঠাণ্ডাৰ দিনত শৰীৰ গৰম কৰি ৰাখিবলৈ প্ৰাকৃতিকভাৱে কি কি উপায় অৱলম্বন কৰিব? খাদ্যৰ তালিকাত কি কি ৰাখিব? ঠাণ্ডাৰ দিনকেইটাত সাধাৰণতে এইকেইবিধ খাদ্য আমাৰ খাদ্য তালিকাত সন্নিবিষ্ট কৰিব লাগে৷

হালধি

হালধি শৰীৰৰ বাবে অতি উপকাৰী৷ ঔষধি গুণসম্পন্ন হালধিয়ে শৰীৰ গৰম কৰি ৰখাত সহায় কৰে৷ ঠাণ্ডাৰ দিনত গাখীৰৰ সৈকে হালধি উতলাই খালে শৰীৰৰ তাপমাত্ৰা অটুত ৰখাত সহায়ক হয়৷

আদা
আদাও আমাৰ দৈনন্দিন খাদ্য তালিকাত থকা এবিধ লাগতীয়াল সামগ্ৰী৷ আদাই শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণত সহায় কৰে৷ কাঁহ-কফ আদিৰ সমস্যাতো আদা অত্যন্ত লাগতীয়াল৷

মৌ
মৌৰো যথেষ্ট ঔষধি গুণ আছে৷ শীতকালত ই ই প্ৰকৃতিত উষ্ণ আৰু এনেদৰে আমাক উষ্ণ আৰু আৰামদায়ক হোৱাত সহায় কৰে।

ডালচেনি
ডালচেনিয়ে বিপাকত সহায় কৰে৷ শৰীৰৰ উষ্ণতা ঠিকে ৰখাত ডালচেনী সহায়ক হয়৷ শীতকালত যিকোনো খাদ্যৰ সৈতে ডালচেনীৰ মিশ্ৰণ দিব পাৰে৷ বহুসংখ্যকেই চাহতো ডালচেনি ব্যৱহাৰ কৰে৷
তিল
তিলে নিউমোনিয়া, ব্ৰংকাইটিছ আৰু হাপানীৰ দৰে দীৰ্ঘম্যাদী ৰোগৰ সৈতে মোকাবিলা কৰাত সহায় কৰে। চুলিত তিলৰ পেষ্ট লগালে উফিৰ সমস্যা দূৰ হয়৷

ড্ৰাই ফ্ৰুইট

ড্ৰাই ফ্ৰুইট নিয়মীয়াকৈ গ্ৰহণ কৰিলে শৰীৰৰ পুষ্টিহীনতা সমস্যা দূৰ হয়৷ ই ৰক্তহীনতা আৰু অন্যান্য ভিটামিনৰ অভাৱ সম্পৰ্কীয় ৰোগ নিৰাময় কৰাত সহায় কৰে।

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24Best news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কোন জিলাত নতুনকৈ কিমান স্বামী আটক? আহি গ’ল নতুন তালিকা…
অপৰাধ

কোন জিলাত নতুনকৈ কিমান স্বামী আটক? আহি গ’ল নতুন তালিকা…

February 4, 2023
‘ইমানদিনে চৰকাৰ ক’ত শুই আছিল?’ বাল্য বিবাহ বিৰোধী অভিযানক লৈ ৰিপুণ বৰাৰ ক্ষোভ
অসম

‘ইমানদিনে চৰকাৰ ক’ত শুই আছিল?’ বাল্য বিবাহ বিৰোধী অভিযানক লৈ ৰিপুণ বৰাৰ ক্ষোভ

February 4, 2023
নিৰ্মলা সীতাৰমণৰ ৰেল বাজেটৰ চাৰিগুণৰো অধিক হ’ব ক্ষতিৰ পৰিমান! ১০ দিনত আদানীয়ে হেৰুৱাইছে ৯লাখ ৭৩ হাজাৰ ৪০১ কোটি টকা
বাণিজ্য

নিৰ্মলা সীতাৰমণৰ ৰেল বাজেটৰ চাৰিগুণৰো অধিক হ’ব ক্ষতিৰ পৰিমান! ১০ দিনত আদানীয়ে হেৰুৱাইছে ৯লাখ ৭৩ হাজাৰ ৪০১ কোটি টকা

February 4, 2023
বলীউডত প্ৰকৃত ভালপোৱা বিৰল, সিদ্ধাৰ্থ-কিয়াৰাৰ লাভ ষ্টৰীত মুগ্ধ কংগনা ৰানাৱট
জীৱনশৈলী

বলীউডত প্ৰকৃত ভালপোৱা বিৰল, সিদ্ধাৰ্থ-কিয়াৰাৰ লাভ ষ্টৰীত মুগ্ধ কংগনা ৰানাৱট

February 4, 2023
Next Post
পুৰাতন সময়! সোৱঁৰণিত গ্ৰীটিংছ কাৰ্ড, প্ৰিয়জনৰ একলম পাবলৈ আজিও হেঁপাহ জাগে নেকি আপোনাৰ?

পুৰাতন সময়! সোৱঁৰণিত গ্ৰীটিংছ কাৰ্ড, প্ৰিয়জনৰ একলম পাবলৈ আজিও হেঁপাহ জাগে নেকি আপোনাৰ?

জিলা বিলুপ্তিকৰণৰ পাছতেই আছুৰ প্ৰতিবাদক লৈ সৰৱ মুখ্যমন্ত্ৰী, চৰকাৰৰ লগত আছেনে সুধিলে আছু নেতৃত্বক…

জিলা বিলুপ্তিকৰণৰ পাছতেই আছুৰ প্ৰতিবাদক লৈ সৰৱ মুখ্যমন্ত্ৰী, চৰকাৰৰ লগত আছেনে সুধিলে আছু নেতৃত্বক...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন
  • লাইভ টিভি

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.