গুৱাহাটী মহানগৰ-উত্তৰ গুৱাহাটীবাসীৰ যাতায়তৰ অসুবিধা দূৰ কৰিবলৈ ৫৬ কোটি টকাৰে নিৰ্মাণ হোৱা ৰোপৱে'ৰ বন্ধ হোৱাৰ পাছতেই যাত্ৰীৰ প্ৰতিক্ৰিয়া।