নামনি আৰু মধ্য অসমৰ সংখ্যালঘু প্ৰধান সমষ্টিসমূহ দখল কৰাৰ পৰিকল্পনা গেৰুৱা দলৰ। সমষ্টিয়ে সমষ্টিয়ে সংখ্যালঘু নেতাৰ নির্বাচনী কুচ-কাৱাজ।